| Prio | Original string | Translation | — |
|---|---|---|---|
| Chuck Norris can win a game of Connect Four in only three moves. | মাত্ৰ তিনিটা খোজতে কানেক্ট ফোৰৰ এখন খেলত জয়ী হ’ব পাৰে ছাক ন’ৰিছে। | Details | |
|
Chuck Norris can win a game of Connect Four in only three moves. মাত্ৰ তিনিটা খোজতে কানেক্ট ফোৰৰ এখন খেলত জয়ী হ’ব পাৰে ছাক ন’ৰিছে।
You have to log in to edit this translation.
|
|||
| Chuck Norris doesn't turn on the lights. He turns off the dark. | ছাক নৰিছে লাইট জ্বলাই নিদিয়ে। সি আন্ধাৰ বন্ধ কৰি দিয়ে। | Details | |
|
Chuck Norris doesn't turn on the lights. He turns off the dark. ছাক নৰিছে লাইট জ্বলাই নিদিয়ে। সি আন্ধাৰ বন্ধ কৰি দিয়ে।
You have to log in to edit this translation.
|
|||
| Chuck Norris can build a snowman out of rain. | ছাক নৰিছে বৰষুণৰ পৰা নিয়ৰৰ মানুহ নিৰ্মাণ কৰিব পাৰে। | Details | |
|
Chuck Norris can build a snowman out of rain. ছাক নৰিছে বৰষুণৰ পৰা নিয়ৰৰ মানুহ নিৰ্মাণ কৰিব পাৰে।
You have to log in to edit this translation.
|
|||
| Chuck Norris doesn't bowl strikes. He just knocks down one pin and the other nine faint. | ছাক নৰিছে ষ্ট্ৰাইক বল নকৰে। সি মাত্ৰ এটা পিন খুন্দিয়াই পেলায় আৰু বাকী নটা অজ্ঞান হৈ পৰে। | Details | |
|
Chuck Norris doesn't bowl strikes. He just knocks down one pin and the other nine faint. ছাক নৰিছে ষ্ট্ৰাইক বল নকৰে। সি মাত্ৰ এটা পিন খুন্দিয়াই পেলায় আৰু বাকী নটা অজ্ঞান হৈ পৰে।
You have to log in to edit this translation.
|
|||
| Chuck Norris can set ants on fire with a magnifying glass. At night. | ছাক নৰিছে মেগনিফাইং গ্লাছৰ সহায়ত পিঁপৰাক জুই জ্বলাই দিব পাৰে। ৰাতি। | Details | |
|
Chuck Norris can set ants on fire with a magnifying glass. At night. ছাক নৰিছে মেগনিফাইং গ্লাছৰ সহায়ত পিঁপৰাক জুই জ্বলাই দিব পাৰে। ৰাতি।
You have to log in to edit this translation.
|
|||
| Chuck Norris doesn't get frostbite. Chuck Norris bites frost. | ছাক নৰিছৰ ফ্ৰষ্টবাইট নহয়। ছাক নৰিছে হিম কামোৰ দিয়ে। | Details | |
|
Chuck Norris doesn't get frostbite. Chuck Norris bites frost. ছাক নৰিছৰ ফ্ৰষ্টবাইট নহয়। ছাক নৰিছে হিম কামোৰ দিয়ে।
You have to log in to edit this translation.
|
|||
| Chuck Norris can squeeze orange juice out of a lemon. | ছাক নৰিছে নেমুৰ পৰা কমলাৰ ৰস চেপি উলিয়াব পাৰে। | Details | |
|
Chuck Norris can squeeze orange juice out of a lemon. ছাক নৰিছে নেমুৰ পৰা কমলাৰ ৰস চেপি উলিয়াব পাৰে।
You have to log in to edit this translation.
|
|||
| Chuck Norris doesn't call the wrong number. You answer the wrong phone. | ছাক নৰিছে ভুল নম্বৰত ফোন নকৰে। আপুনি ভুল ফোনটো ৰিচিভ কৰে। | Details | |
|
Chuck Norris doesn't call the wrong number. You answer the wrong phone. ছাক নৰিছে ভুল নম্বৰত ফোন নকৰে। আপুনি ভুল ফোনটো ৰিচিভ কৰে।
You have to log in to edit this translation.
|
|||
| Chuck Norris can strangle you with a cordless phone. | ছাক নৰিছে আপোনাক কৰ্ডলেছ ফোনেৰে ডিঙি চেপি হত্যা কৰিব পাৰে। | Details | |
|
Chuck Norris can strangle you with a cordless phone. ছাক নৰিছে আপোনাক কৰ্ডলেছ ফোনেৰে ডিঙি চেপি হত্যা কৰিব পাৰে।
You have to log in to edit this translation.
|
|||
| Chuck Norris can drown a fish. | ছাক নৰিছে মাছ ডুবাই পেলাব পাৰে। | Details | |
|
Chuck Norris can drown a fish. ছাক নৰিছে মাছ ডুবাই পেলাব পাৰে।
You have to log in to edit this translation.
|
|||
| Chuck Norris can kill two stones with one bird. | ছাক নৰিছে এটা চৰাইৰে দুটা শিল মাৰিব পাৰে। | Details | |
|
Chuck Norris can kill two stones with one bird. ছাক নৰিছে এটা চৰাইৰে দুটা শিল মাৰিব পাৰে।
You have to log in to edit this translation.
|
|||
| Chuck Norris can hear sign language. | ছাক নৰিছে সাংকেতিক ভাষা শুনিব পাৰে। | Details | |
|
Chuck Norris can hear sign language. ছাক নৰিছে সাংকেতিক ভাষা শুনিব পাৰে।
You have to log in to edit this translation.
|
|||
| Chuck Norris can delete the Recycling Bin. | ছাক নৰিছে ৰিচাইক্লিং বিনটো মচি পেলাব পাৰে। | Details | |
|
Chuck Norris can delete the Recycling Bin. ছাক নৰিছে ৰিচাইক্লিং বিনটো মচি পেলাব পাৰে।
You have to log in to edit this translation.
|
|||
| Chuck Norris doesn't sleep. He waits. | ছাক নৰিছৰ টোপনি নাহে। সি ৰৈ থাকে। | Details | |
|
Chuck Norris doesn't sleep. He waits. ছাক নৰিছৰ টোপনি নাহে। সি ৰৈ থাকে।
You have to log in to edit this translation.
|
|||
| Chuck Norris can unscramble an egg. | ছাক নৰিছে এটা কণী খুলিব পাৰে। | Details | |
|
Chuck Norris can unscramble an egg. ছাক নৰিছে এটা কণী খুলিব পাৰে।
You have to log in to edit this translation.
|
|||
Export as